in-uluberia-a-century-of-crafting-shuttlecocks-as

Howrah, West Bengal

Oct 18, 2023

শ্বাটলকক বনোৱা শিল্পীৰ সংকটাপন্ন জীৱিকা

হাওৰা জিলাত বেডমিণ্টনৰ শ্বাটলকক বনোৱা শিল্পকাৰসকলে ১৯২০ৰ পৰা এই কাম কৰি আহিছে। কিন্তু চৰকাৰী সমৰ্থনৰ অভাৱ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগীতা, তাৰ লগতে প্লাষ্টিকৰ শ্বাটলৰ প্ৰচলনে তেওঁলোকৰ এই সাতামপুৰুষীয়া জীৱিকাক বিপন্ন কৰি পেলাইছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shruti Sharma

শ্ৰুতি শৰ্মা এম.এম.এফ.–পাৰি ফেল’ (২০২২-২৩)। তেওঁ কলিকতাৰ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজত ভাৰতত খেল সামগ্ৰী তৈয়াৰীৰ সামাজিক ইতিহাস বিষয়ৰ ওপৰত পি.এইছডি-ৰ বাবে কৰ্মৰত।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।