in-palamu-who-cares-about-the-farmer-as

Palamu, Jharkhand

Apr 17, 2024

পালামুত ‘খেতিয়কৰ কথা কোনে ভাবে?’

বাৰম্বাৰ খৰাং বতৰে ঝাৰখণ্ডৰ এইখন জিলাৰ ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কক ধৰুৱা কৰি পেলাইছে, সেয়ে জলসিঞ্চনৰ ব্যৱস্থা কৰিলেহে তেওঁলোকে এইবাৰ নিজৰ ভোটটো দিব

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ashwini Kumar Shukla

অশ্বিনী কুমাৰ শুক্লা ঝাৰখণ্ডৰ এগৰাকী মুক্ত সাংবাদিক আৰু নতুন দিল্লীৰ ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আই.আই.এম.)ৰ ২০১৮-১৯ শিক্ষাবৰ্ষৰ এগৰাকী স্নাতক। তেওঁ পাৰি-এম.এম.এফ.ৰ ২০২৩ৰ ফেল’।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।