in-memory-of-mamta-pared-1998-2022-as

Palghar, Maharashtra

Dec 11, 2023

মমতা পাৰেডৰ সোঁৱৰণিত: ১৯৯৮-২০২২

২০২৩ৰ ১১ ডিচেম্বৰত আমাৰ সহকৰ্মী মমতা পাৰেডে আমাক এৰি যোৱাৰ এটা বছৰ পাৰ হ’ব। সেই দিনটোৰ স্মৃতিত পালঘৰ জিলাত তেওঁৰ আদিবাসী সম্প্ৰদায়ৰ ঘৰ-মাটি কেনেদৰে চলনাৰে কাঢ়ি লোৱা হৈছে, সেই লৈ তেওঁ কোৱা কথাৰ ৰেকৰ্ডিং আগবঢ়াইছো। পাৰিৰ এয়া এক পডকাষ্ট

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Aakanksha

আকাংক্ষা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী প্ৰতিবেদক আৰু আলোকচিত্ৰশিল্পী। পাৰিৰ শিক্ষা গোটটোৰ সৈতে সমল সম্পাদক হিচাপে তেওঁ গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীক চৌপাশৰ বিষয়ে লিখিবলৈ প্ৰশিক্ষণ দিয়ে।

Editors

Medha Kale

মহিলা আৰু স্বাস্থ্যক্ষেত্ৰখনত কাম কৰাৰ অভিজ্ঞতাসম্পন্ন তুলজাপুৰৰ মেধা কালে পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ মাৰাঠী অনুবাদ সম্পাদক।

Editors

Vishaka George

বেংগালুৰুৰ বিশাখা জৰ্জ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ সম্পাদক। তেওঁ জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত প্ৰতিবেদন যুগুতায়। তেওঁ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম চায় আৰু এডুকেচন টিমটোৰ সৈতে কাম কৰি পাৰিৰ প্ৰতিবেদনবোৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ চৌপাশৰ সমস্যাৰাজী নথিবদ্ধ কৰিবলৈ শিকায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।