in-jhunjhunun-brides-must-be-bought-as

Jhunjhunun, Rajasthan

Jul 03, 2023

ঝুনঝুনুনলৈ কইনা কিনিহে আনিব লাগিব!

ৰাজস্থানৰ এই জিলাখনত কম বয়সীয়া ছোৱালী একপ্ৰকাৰ নাই বুলিবই পাৰি। লিংগ পৰীক্ষা আৰু উদ্বেগজনক শিশুৰ লিংগানুপাতৰ ফলত ইয়াৰ যুৱকসকলে বিয়াৰ বাবে আন ৰাজ্যৰ পৰা অবৈধ মানৱ সৰবৰাহকাৰীৰ সহযোগত গাভৰু ছোৱালী কিনি আনি বিয়া কৰাবলগীয়াত পৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jigyasa Mishra

জিজ্ঞাসা মিশ্ৰা উত্তৰ প্ৰদেশৰ চিত্ৰকূটৰ এগৰাকী মুক্ত সাংবাদিক।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।