in-jharkhand-paitkar-art-is-fading-out-as

East Singhbhum, Jharkhand

May 02, 2024

বিবৰ্ণ হৈ পৰিছে ঝাৰখণ্ডৰ পেটকাৰ পেইণ্টিং

পেটকাৰ চিত্ৰকলা কেৱল ছবি নহয়; ই ছবি, কাহিনী কথন আৰু গীতৰ সমাহাৰেৰে গ্ৰামীণ জীৱন, প্ৰকৃতি আৰু ৰূপকথাৰ প্ৰতিফলন। কিন্তু ঝাৰখণ্ডৰ আমাডুবি গাঁৱত এই প্ৰাচীন কলা এতিয়াও অব্যাহত ৰখা মুষ্টিমেয় কেইগৰাকীমান শিল্পীয়ে কয় যে আজিকালি ম’বাইল ফোনত সহজতে পোৱা গীত-ভিডিঅ’ৰ পয়োভৰত তেওঁলোকৰ শিল্প ম্লান পৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ashwini Kumar Shukla

অশ্বিনী কুমাৰ শুক্লা ঝাৰখণ্ডৰ এগৰাকী মুক্ত সাংবাদিক আৰু নতুন দিল্লীৰ ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আই.আই.এম.)ৰ ২০১৮-১৯ শিক্ষাবৰ্ষৰ এগৰাকী স্নাতক। তেওঁ পাৰি-এম.এম.এফ.ৰ ২০২৩ৰ ফেল’।

Editor

Sreya Urs

ছপা আৰু বৈদ্যুতিম মাধ্যমত ৩০ বছৰ কাম কৰাৰ অভিজ্ঞতা থকা শ্ৰেয়া উৰছ বেংগালুৰুৰ এগৰাকী লিখক আৰু সম্পাদক।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।