in-hp-palampur-has-gone-to-waste-as

Kangra, Himachal Pradesh

Nov 04, 2023

শুকুলা পাহাৰৰ দাঁতিত এতিয়া পাহাৰসম আৱৰ্জনা

পাহাৰীয়া জিলাখনৰ সৰু এই চহৰত পৰ্য্যটন ক্ষেত্রখন যিদৰে দোপতদোপে উন্নতি কৰিছে, তাৰ সমানে সমানে কিন্তু জাবৰ-জোঁথৰ নিষ্পত্তিৰ ব্যৱস্থা সূচাৰুৰূপে পৰিচালিত হোৱা হোৱা নাই। ডাম্পছাইটৰ পূতিগন্ধময় পৰিস্থিতিত স্থানীয় লোকৰ জীৱন যাপন কঠিন আৰু ভৱিষ্যত সুৰক্ষাবিহীন হৈ পৰিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sweta Daga

শ্বেতা দাগা বাংগালুৰুৰ এগৰাকী লেখক আৰু ফটোগ্ৰাফাৰ, লগতে ২০১৫ৰ PARI জলপানি প্ৰাপক। তেওঁ জলবায়ু পৰিৱৰ্তন, লিংগ আৰু সামাজিক সমতাৰ দৰে বিষয়সমূহক লৈ লেখা-মেলা কৰি আহিছে।

Editors

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Editors

Shaoni Sarkar

চাৱনি চৰকাৰ কলকাতাৰ এগৰাকী মুক্ত সাংবাদিক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।