in-chhindwara-bhariati-language-declining-fast-as

Chhindwara, Madhya Pradesh

Oct 29, 2024

চিণ্ডৱাৰা: পাহৰণিৰ গৰ্ভত লীন হ’ব ধৰা ভাৰিয়াতি ভাষা

ভাৰিয়া খেতিয়ক কমলেশ দাণ্ডোলিয়া এগৰাকী কৃতী লিখক আৰু ভাষা সংৰক্ষণবিদ। তেওঁ কয় যে হিন্দী ভাষাৰ আধিপত্যৰ ফলত তেওঁৰ মাতৃভাষা ভাৰিয়াতি হেৰাই যোৱাৰ উপক্ৰম ঘটিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ritu Sharma

ঋতু শৰ্মা পাৰিৰ বিপন্ন ভাষা শিতানৰ সমল সম্পাদক। ভাষাতত্ত্বৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ঋতুয়ে ভাৰতৰ কথিত ভাষাসমূহ সংৰক্ষণ আৰু পুনৰোদ্ধাৰৰ কাম কৰাত আগ্ৰহী।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।