in-bihar-muslim-khalifa-keeps-alha-udal-alive-as

Samastipur, Bihar

Sep 23, 2023

আলহা-উদল গাথাক জীয়াই ৰখা বিহাৰৰ মুচলিম খালিফা

অকলশৰীয়া এজন লোকসংগীত শিল্পীয়ে বাটে-পথে, গাঁৱে-ভূইয়ে, বিয়াই-সবাহে গাই ফুৰে আলহা-উদল (ৰুদাল) গীত। তেওঁ মনত পেলায় যেতিয়া তেওঁক মানুহে মাতি নিছিল, তেওঁৰ আহৰি নাছিল। কিন্তু বৰ্তমান এই ৮০০ বছৰীয়া পুৰণি, দুই যোদ্ধাৰ বীৰত্বক কেন্দ্ৰ কৰি ৰচিত এই গীতি-পৰম্পৰাৰ প্ৰতি মানুহৰ আগ্ৰহ কমি আহিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Umesh Kumar Ray

উমেশ কুমাৰ ৰায় ২০২৫ৰ এগৰাকী পাৰি তক্ষশীলা ফেল’ আৰু ২০২২ৰ প্ৰাক্তন পাৰি ফেল’। বিহাৰৰ এগৰাকী মুক্ত সাংবাদিক হিচাপে তেওঁ উপান্ত শ্ৰেণীৰ প্ৰতিবেদন যুগুতায়।

Editor

Devesh

দেৱেশ এগৰাকী কবি, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদক। তেওঁ পিপলচ্ আৰ্কাইভ অৱ ইণ্ডিয়াৰ হিন্দী ভাষাৰ অনুবাদ সম্পাদক।

Editor

Shaoni Sarkar

চাৱনি চৰকাৰ কলকাতাৰ এগৰাকী মুক্ত সাংবাদিক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।