i-inhaled-dust-even-in-my-sleep-as

North 24 Parganas, West Bengal

May 29, 2024

‘টোপনিতো মই ধূলিকণা উশাহত লৈছিলো’

পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ সন্দেশখালি আৰু মিনাখান ব্লকৰ প্ৰব্ৰজিত শ্ৰমিকসকলে ৰাজ্যৰ আন প্ৰান্তত থকা ৰেমিং মাচ ইউনিটবোৰত কাম কৰিবলৈ গৈছিল। কেইবছমান কাম কৰাৰ পিছত তেওঁলোকে হাওঁফাওঁত লৈ আহে ছিলিক'ছিচ ৰোগ। ২০২৪ৰ সাধাৰণ নিৰ্বাচনে তেওঁলোকৰ জীৱনলৈ একো পৰিৱৰ্তন নানে, তেওঁলোকে কয়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ritayan Mukherjee

ৰীতায়ান মুখাৰ্জী কলকাতাৰ এগৰাকী ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী ব্যক্তি তথা ২-১৬ বৰ্ষৰ পাৰি ফেলো। তেঁও তিব্বতীয়ান মালভূমিৰ যাযাবৰ যাজক সম্প্ৰদায়ৰ জীৱনসংক্ৰান্ত তথ্য নথিভুক্ত কৰা দীৰ্ঘম্যাদী প্ৰকল্প এটাত নিয়োজিত।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।