i-hope-they-are-making-khartals-as

Jaisalmer, Rajasthan

Aug 31, 2024

‘আশা কৰোঁ সিহঁতে এতিয়াও খৰতাল বনাই আছে’

অনুপৰম সুতাৰ ৰাজস্থানৰ অন্যতম প্ৰাচীন ঘাতবাদ্য খৰতালৰ অন্তিম কেইগৰাকী নিৰ্মাতাৰ মাজৰ এজন। চহৰত আচবাব বনোৱা কামত পাৰিশ্ৰামিক ভাল কাৰণে খৰতাল বনোৱা আন কাৰিকৰে ভিন্ন চহৰলৈ প্ৰব্ৰজন কৰিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanket Jain

সংকেত জৈন মহাৰাষ্ট্ৰৰ ক’লহাপুৰৰ এগৰাকী সাংবাদিক। তেওঁ ২০২২ৰ এগৰাকী জ্যেষ্ঠ ফেল’ আৰু ২০১৯ৰ পাৰি ফেল’।

Editor

Sanviti Iyer

সংবিতি আয়াৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সমন্বয়ক। তেওঁ গ্ৰামীণ ভাৰতৰ সমস্যাৰাজী শিক্ষাৰ্থীৰ সৈতে নথিভুক্ত কৰা আৰু প্ৰতিবেদন যুগুতোৱা কামো কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।