hanging-by-strings-on-mumbai-locals-as

Mumbai, Maharashtra

Jun 06, 2023

মুম্বাই ল’কেলত সাংৰগীৰ সুৰ

ৰাজস্থানৰ পৰা প্ৰব্ৰজিত হৈ কিষণ যোগীয়ে মুম্বাই ল’কেল ট্ৰেইনত সাৰংগী বজায়। দেউতাকৰ পৰা এই পৰম্পৰা তেওঁ আয়ত্ত কৰি সেয়া অব্যাহত ৰাখিছে যদিও এই পেচাৰে চলাটো টান হৈ পৰা বুলি তেওঁ কয়

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Aakanksha

আকাংক্ষা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী প্ৰতিবেদক আৰু আলোকচিত্ৰশিল্পী। পাৰিৰ শিক্ষা গোটটোৰ সৈতে সমল সম্পাদক হিচাপে তেওঁ গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীক চৌপাশৰ বিষয়ে লিখিবলৈ প্ৰশিক্ষণ দিয়ে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।