hanging-by-a-thread-karadagas-jali-maker-as

Belagavi, Karnataka

Sep 26, 2023

ভেড়াৰখীয়াৰ জালি মোনা বনোৱা শিল্পীৰ অনিশ্চিত ভৱিষ্যৎ

পাকৈত জালি বনাওতা এগৰাকীক এটা পৰম্পৰাগত জালি বনাবলৈ ৩০০ ফুট দৈৰ্ঘ্যৰ কপাহী সূতা আৰু ৬০ ঘণ্টা সময় লাগে। ধনগৰ ভেড়াৰখীয়াসকলৰ কান্ধত ওলমাই লোৱা এই মোনাটো বনোৱাৰ কৌশল এতিয়া কেৱল কৰ্ণাটকৰ সিদ্দু গাৱড়েৰ দৰে মুষ্টিমেয় কেইগৰাকীমান গৰখীয়াৰ হাততে বাচি আছে

Editor

PARI Team

Photo Editor

Binaifer Bharucha

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanket Jain

সংকেত জৈন মহাৰাষ্ট্ৰৰ ক’লহাপুৰৰ এগৰাকী সাংবাদিক। তেওঁ ২০২২ৰ এগৰাকী জ্যেষ্ঠ ফেল’ আৰু ২০১৯ৰ পাৰি ফেল’।

Editor

PARI Team

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।