hair-collection-a-tangled-life-as

Bangalore, Karnataka

Jun 27, 2023

চুলি সংগ্ৰহ: ফেৰিৱালা সৰস্বতীৰ জঁটলগা জীৱন

বেংগালুৰুত ২৩ বৰ্ষীয় সৰস্বতীয়ে এলুমিনিয়ামৰ বাচনৰ বিনিময়ত ঘৰে ঘৰে গৈ মানুহৰ চুলি সংগ্ৰহ কৰে। এয়া তেওঁৰ এক ঋতুকালীন ব্যৱসায়। চিত্ৰৰ মাধ্যমেৰে ইয়াত তেওঁৰ এই কাহিনীটো বৰ্ণনা কৰা হৈছে

Student Reporter

Ria Shah

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Student Reporter

Ria Shah

ৰিয়া শ্বাহ সৃষ্টি মণিপাল ইনষ্টিটিউট অব্ আৰ্ট, ডিজাইন এণ্ড টেকন'লজীৰ পৰা তথ্য কলা আৰু তথ্য ডিজাইন অনুশীলনৰ স্নাতক ডিগ্ৰীত অধ্যয়নৰত।

Editor

Sanviti Iyer

সংবিতি আয়াৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সমন্বয়ক। তেওঁ গ্ৰামীণ ভাৰতৰ সমস্যাৰাজী শিক্ষাৰ্থীৰ সৈতে নথিভুক্ত কৰা আৰু প্ৰতিবেদন যুগুতোৱা কামো কৰে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷