gsp-poetry-music-and-more-as

Pune, Maharashtra

Dec 07, 2023

জাঁতশালৰ গীত, কবিতা আৰু আন বহু কথা

জাঁতশালৰ প্ৰায় ১ লাখৰো অধিক গান আৰু এই গান গাওঁতা ৩,০০০ৰো অধিক মহিলা শ শ গাঁৱত বিয়পি আছে। তেওঁলোক তেনেই সাধাৰণ মহিলা। কোনোবা কৃষক, কোনোবা শ্ৰমিক আৰু কোনোজন মাছমৰীয়া। কিন্তু তেওঁলোকেই কাৰোবাৰ জীয়ৰী, পত্নী, মাতৃ, ভগ্নী হৈ জাত্যাবৰ্চা অব্যা মানে জাঁতশালৰ গান গায়। এই সাধাৰণ মহিলাৰ ইচ্ছা-আকাংক্ষা-হুমুনিয়াহৰ গাথা সংৰক্ষণৰ চেষ্টা কৰা হৈছে গ্ৰাইণ্ডমিল ছংচ প্ৰজেক্ট চমুকৈ জি.এছ.পি.যোগে

Author

PARI Team

Video Editor

Urja

Translator

Pankaj Das

Video Producer

Vishaka George

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Team

Video Producer

Vishaka George

বেংগালুৰুৰ বিশাখা জৰ্জ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ সম্পাদক। তেওঁ জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত প্ৰতিবেদন যুগুতায়। তেওঁ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম চায় আৰু এডুকেচন টিমটোৰ সৈতে কাম কৰি পাৰিৰ প্ৰতিবেদনবোৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ চৌপাশৰ সমস্যাৰাজী নথিবদ্ধ কৰিবলৈ শিকায়।

Video Editor

Urja

ঊৰ্জা পিপলচ্ আৰ্কাইভ অৱ ইণ্ডিয়াৰ জ্যেষ্ঠ সহকাৰী ভিডিঅ' সম্পাদক। তথ্যচিত্ৰ নিৰ্মাতা হিচাপে তেওঁ শিল্পকলা, জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত আগ্ৰহী। ঊৰ্জাই পাৰিৰ ছচিয়েল মিডিয়া টিমটোৰ লগতো কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।