for-beedi-workers-its-always-a-hard-day-as

Damoh, Madhya Pradesh

Nov 29, 2023

বিড়ি শ্ৰমিক: নগণ্য মজুৰিত হাড়ভগা শ্ৰম

মধ্যপ্ৰদেশৰ দামোহ জিলাত অ-প্ৰশিক্ষিত মহিলাইয়ে ঘাইকৈ বিড়ি নুৰিওৱা কাম কৰে। কামটো বৰ কষ্টকৰ, মজুৰি নগণ্য। তেওঁলোকে স্বাস্থ্যসেৱাৰ সুবিধা আৰু ভাল মজুৰিৰ বাবে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছে। ৰাজ্য চৰকাৰে দিয়া পৰিচয় পত্ৰই তেওঁলোকৰ মনত আশা জগাইছে যদিও তাৰ আধাৰত সুবিধা লাভ কৰাটো সহজ নহয়

Student Reporter

Kuhuo Bajaj

Editor

PARI Desk

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Student Reporter

Kuhuo Bajaj

কুহুও বাজাজ অশোকা বিশ্ববিদ্যালয়ৰ অৰ্থনীতি, বিত্ত আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ৰ এগৰাকী স্নাতক পাঠ্যক্ৰমৰ শিক্ষাৰ্থী। তেওঁ গ্ৰামীণ ভাৰতৰ প্ৰতিবেদন যুগুতোৱা আগ্ৰহী।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।