everyone-accepts-me-the-way-i-am-as

Chengalpattu, Tamil Nadu

Mar 31, 2024

‘মই যেনে, তেনেকৈয়ে সকলোৱে মোক মানি লৈছে’

ইৰুলাৰ সম্প্ৰদায়ৰ তুলসী দাস ট্ৰান্সজেণ্ডাৰ লোকৰ তিৰুনাংগাই পৰিয়ালৰ এগৰাকী সদস্য। বিবাহ-বিচ্ছেদিত অভিভাৱক হিচাপে তেওঁ দিনমজুৰি কৰি পেট পোহে, মন্দিৰৰ প্ৰাৰ্থনাত ভাগ লয় আৰু মানুহক বনৌষধিৰ পৰামৰ্শও দিয়ে। ট্ৰান্সজেণ্ডাৰ ভিজিবিলিটিৰ আন্তঃৰাষ্ট্ৰীয় দিৱস উপলক্ষে এক প্ৰতিবেদন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Editor

Sanviti Iyer

সংবিতি আয়াৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সমন্বয়ক। তেওঁ গ্ৰামীণ ভাৰতৰ সমস্যাৰাজী শিক্ষাৰ্থীৰ সৈতে নথিভুক্ত কৰা আৰু প্ৰতিবেদন যুগুতোৱা কামো কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Author

Smitha Tumuluru

স্মিতা টুমুলুৰু বাংগালুৰুৰ এগৰাকী ডকুমেণ্টৰী ফটোগ্ৰাফাৰ। তামিলনাডুৰ উন্নয়ন প্ৰকল্পক লৈ কৰা তেওঁৰ পূৰ্বৰ কামে গ্ৰাম্য জীৱন বিষয়ক সাংবাদিকতাত তেঁও কিমান সংবেদনশীল সেয়া স্পষ্ট কৰি তোলে।