droughtlands-as

Aurangabad, Maharashtra

May 09, 2024

ড্ৰটলেণ্ডচ

মহাৰাষ্ট্ৰত প্ৰতিবছৰে কৃষক আৰু কৃষি শ্ৰমিকসকলে নিজৰ আয় সামান্য বঢ়োৱাৰ আশাত কুঁহিয়াৰ কটা কামৰ সন্ধানত প্ৰবজন কৰে। কঠিন পৰিস্থিতিত হাড়ভঙা শ্ৰম কৰা এইসকল লোকৰ জীৱন-ধাৰণৰ মান তেনেই শোচনীয়, যাৰ প্ৰভাৱ তেওঁলোকৰ সন্তানৰ ওপৰতো পৰে আৰু তেওঁলোকৰ সন্তানে আধাতে স্কুল এৰে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Omkar Khandagale

ওমকাৰ খাণ্ডাগালে পুণেৰ এগৰাকী তথ্যচিত্ৰ নিৰ্মাতা আৰু চিনেমেট’গ্ৰাফাৰ। তেওঁ নিজৰ কামৰ যোগেদি পৰিয়াল, উত্তৰাধিকাৰ আৰু স্মৃতিৰ অন্বেষণ কৰে।

Author

Aditya Thakkar

আদিত্য থাক্কাৰ এগৰাকী তথ্যচিত্ৰ নিৰ্মাতা, চাউণ্ড ইঞ্জিনিয়াৰ আৰু সংগীতজ্ঞ। তেওঁ ফায়াৰগ্ল’ মিডিয়া নামে বিজ্ঞাপন খণ্ডত কাম কৰা এটা এণ্ড টু এণ্ড প্ৰডাক্সন হাউছ চলায়।

Text Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।