doing-it-the-write-way-as

Ranchi, Jharkhand

Aug 09, 2024

‘নিজৰ ভাষাটো শেষ হৈ অহা দেখি দুখ লাগে’

ঝাৰখণ্ডৰ পৰহিয়া, মাল পাহাৰীয়া আৰু সবৰ আদিবাসীসকল ভাষিক পৰম্পৰাৰ পৰা লিখিত শব্দৰ দিশে আগবাঢ়িছে আৰু সংকটাপন্ন নিজৰ ভাষাটো ৰক্ষা কৰিবলৈ বৰ্ণমালা আৰু ব্যাকৰণৰ কিতাপ প্ৰস্তুত কৰিবলৈ লৈছে। এই বিশ্ব আদিবাসী দিৱস উপলক্ষে আপোনালোকলৈ আগবঢ়াইছো পাৰিৰ ‘বিপন্ন ভাষা প্ৰকল্প’ৰ এক প্ৰতিবেদন

Author

Devesh

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Devesh

দেৱেশ এগৰাকী কবি, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদক। তেওঁ পিপলচ্ আৰ্কাইভ অৱ ইণ্ডিয়াৰ হিন্দী ভাষাৰ অনুবাদ সম্পাদক।

Editor

Ritu Sharma

ঋতু শৰ্মা পাৰিৰ বিপন্ন ভাষা শিতানৰ সমল সম্পাদক। ভাষাতত্ত্বৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ঋতুয়ে ভাৰতৰ কথিত ভাষাসমূহ সংৰক্ষণ আৰু পুনৰোদ্ধাৰৰ কাম কৰাত আগ্ৰহী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।