children-of-the-mines-as

Panna District, Madhya Pradesh

Feb 08, 2024

খনিৰ সেই শিশুবোৰ

এই তথ্যচিত্ৰখন খনিত কাম কৰা, পৰিসংখ্যাই ঢুকি নোপোৱা অসংখ্য ল’ৰা-ছোৱালীক লৈ নিৰ্মিত, যিসকল পঢ়াশালিৰ পৰা বহু দূৰত আৰু শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Kavita Carneiro

কবিতা কাৰ্নেৰু পুণেৰ এগৰাকী স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ এটা দশক ধৰি সমাজক প্ৰভাৱিত কৰিবপৰা প্ৰকৃতিৰ চলচ্চিত্ৰ নিৰ্মাণ কৰি আহিছে। ৰাগবিৰ ওপৰত তেওঁৰ এখন ফিচাৰ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ হৈছে জাফাৰ এণ্ড টুৰু। শেহতীয়াকৈ তেওঁ বিশ্বৰ সৰ্ববৃহৎ লিফ্ট ইৰিগেশ্যন প্ৰকল্পৰ ওপৰত কালেশ্বৰম নামে চলচ্চিত্ৰ এখন নিৰ্মাণ কৰিছে।

Text Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।