bhandaras-youth-jobs-not-ballot-is-top-of-mind-as

Bhandara, Maharashtra

Apr 12, 2024

কুচকাৱাজ চলিছে ঠিকেই, পিছে লক্ষ্য চাকৰিহে, নিৰ্বাচন নহয়

মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা-গণ্ডিয়া লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ত অৰ্থাৎ অহা ১৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰ শিৱাজী ষ্টেডিয়ামত গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকল চৰকাৰী চাকৰিৰ প্ৰশিক্ষণত ব্যস্ত। নিবনুৱা যুৱক-যুৱতীসকলে যিসময়ত চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰিছে, সেই সময়তে নেতাসকল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়াত। নিৰ্বাচনৰ এই বতৰতো সেয়ে যুৱক-যুৱতীসকলে চাকৰিৰ বাবে চলাই গৈছে কষ্টকৰ অনুশীলন। আজিৰ এই প্ৰতিবেদনৰে আৰম্ভ কৰা হৈছে আমাৰ নিৰ্বাচন বিশেষ চিৰিজ - গ্ৰামীণ বেলট, ২০২৪

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।