badyokars-of-majuli-struggle-to-stay-in-tune-as

Majuli, Assam

Mar 26, 2024

মাজুলীৰ বাদ্যকৰৰ অবিশ্ৰান্ত সংগ্ৰাম

অসমৰ প্ৰায় প্ৰতিটো উৎসৱতে হাতেৰে বজোৱা বাদ্যযন্ত্ৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। তৎসত্ত্বেও বাদ্যযন্ত্ৰ তৈয়াৰ কৰা শিল্পীসকলে এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। বিশেষকৈ নতুনকৈ প্ৰণয়ন কৰা গো-সুৰক্ষা আইনৰ বাবে ইয়াৰ সৈতে জড়িত শিল্পীসকলে দামবৃদ্ধিৰ লগতে বিভিন্ন আন সমস্যাৰ ফলত হাৰাশাস্তি ভোগা দেখা গৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Prakash Bhuyan

প্ৰকাশ ভূঞা অসমৰ এগৰাকী কবি আৰু আলোকচিত্ৰ শিল্পী। ভুঞাই অসমৰ মাজুলী নদীদ্বীপৰ শিল্প-কলাৰ ওপৰত প্ৰতিবেদন যুগুতোৱাৰ বাবে ২০২২-২৩ এম.এম.এফ.-পাৰি ফেল’ লাভ কৰিছে।

Editor

Swadesha Sharma

স্বদেশা শৰ্মা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক আৰু গৱেষক। তেওঁ পাৰি লাইব্ৰেৰীৰ বাবে সমল গোটোৱাৰ হেতু স্বেচ্ছাসেৱকৰ সৈতে কাম কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।