a-hundred-and-eight-feet-incense-stick-as

South 24 Parganas, West Bengal

May 10, 2024

এশ আঠ ফুট দীঘল এডাল ধূপকাঠী

মহামহিম আৰু তেৰাৰ অনুচৰবৃন্দই তেৰাৰ স্থাপিত মন্দিৰত উথপথপ লগাইছে, সেই সময়তে তীক্ষ্ণ আৰু ব্যংগ লিমাৰিকেৰে এজন কবিয়ে দেশৰ আঁহফলা পৰিৱেশক লৈ চিন্তা উদ্ৰেগকাৰী দৃষ্টি নিক্ষেপৰ বাবে আমাক বাধ্য কৰিছে

Poems and Text

Joshua Bodhinetra

Illustration

Atharva Vankundre

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Poems and Text

Joshua Bodhinetra

জশুৱা বোধিনেত্ৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া চমুকৈ পাৰিৰ ভাৰতীয়া ভাষা কাৰ্য্যসূচী পাৰিভাষাৰ সমল ব্যৱস্থাপক। কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তুলনামূলক সাহিত্যৰ এমফিল ডিগ্ৰীধাৰী জশুৱা এগৰাকী বহুভাষিক কবি, অনুবাদক, কলা সমালোচক আৰু সমাজকৰ্মী।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Illustration

Atharva Vankundre

অথৰ্ৱ বাংকুন্দ্ৰে মুম্বাইৰ এগৰাকী ষ্ট’ৰিটেলাৰ আৰু ইলাষ্ট্ৰেটৰ। তেওঁ ২০২৩ৰ জুলাইৰ পৰা আগষ্টলৈ পাৰিত ইনটাৰ্ন হিচাপে কাম কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।