সেউজী-পাতৰ-আঁৰৰ-আন্ধাৰ-কাহিনী

Jalpaiguri, West Bengal

Mar 24, 2023

সেউজী পাতৰ আঁৰৰ আন্ধাৰ কাহিনী

পশ্চিমবংগৰ জলপাইগুৰিৰ চাহ বাগিচাৰ বহু মহিলা শ্ৰমিকৰ বাবে তেওঁলোকৰ দৈনিক কৰ্মকালত আটাইতকৈ মৌলিক প্ৰয়োজনীয়তা শৌচাগাৰৰ সুবিধা লাভ কৰাটোৱেই হৈছে দৈনন্দিন প্ৰত্যাহ্বান আৰু স্বাস্থ্যজনিত সংকট

Student Reporter

Adhyeta Mishra

Translator

Quiline Kakoty

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Student Reporter

Adhyeta Mishra

অধ্যেতা মিশ্ৰাই কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তুলনামূলক সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁ লিংগ অধ্যয়ন আৰু সাংবাদিকতাৰ প্ৰতি আগ্ৰহী।

Editor

Sanviti Iyer

সংবিতি আয়াৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সমন্বয়ক। তেওঁ গ্ৰামীণ ভাৰতৰ সমস্যাৰাজী শিক্ষাৰ্থীৰ সৈতে নথিভুক্ত কৰা আৰু প্ৰতিবেদন যুগুতোৱা কামো কৰে।

Translator

Quiline Kakoty

কুইলিন কাকতি দিল্লীস্থিত এগৰাকী মুক্ত সাংবাদিক, লেখক, ব্লগাৰ তথা অনুবাদক। কুইলিনে বিগত ১৫ বছৰ ধৰি সাংবাদিকতা আৰু অনুবাদৰ সৈতে জড়িত হৈ আছে আৰু কেইবাখনো শীৰ্ষস্থানীয় বাতৰি কাকত, আলোচনী আৰু ৱেব পৰ্টেলত লিখা-মেলা কৰে।