শ্ৰীনগৰৰ-শিকাৰাবোৰঃ-পৰ্যটকৰ-অভাৱত-ক্ষতিগ্ৰস্ত-জীৱিকা

Srinagar, Jammu and Kashmir

Jan 21, 2020

শ্ৰীনগৰৰ শিকাৰাবোৰঃ পৰ্যটকৰ অভাৱত ক্ষতিগ্ৰস্ত জীৱিকা

পৰ্যটকক কাশ্মীৰ এৰি যাবলৈ দিয়া নিৰ্দেশ চৰকাৰে প্ৰত্যাহাৰ কৰিলেও শিকাৰাৰ গৰাকীসকলে বেছি গ্ৰাহক পোৱা নাই। মাত্ৰ ছমাহৰ পৰ্যটনৰ সময়চোৱাতে শিকাৰাৰ গৰাকীসকলে এবছৰৰ জীৱিকা আহৰণ কৰে যদিও এতিয়া বহুতেই সংকটৰ মুখামুখি হৈছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Muzamil Bhat

মুজামিল ভাট শ্ৰীনগৰৰ এগৰাকী মুক্ত ফটো-সাংবাদিক আৰি চলচ্চিত্ৰ নিৰ্মাতা, ২০২২ৰ তেওঁ পাৰি ফেল’ আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।