শ্ৰমিক-দিৱসত-বন্দী-জীৱনঃ-কামো-নাই-মজুৰিও-নাই

Bangalore, Karnataka

May 01, 2021

শ্ৰমিক দিৱসত বন্দী জীৱনঃ কামো নাই, মজুৰিও নাই

বেংগালুৰুৰ মেট্ৰ' ৰেল প্ৰকল্পৰ কৰ্মীদলৰ সিংহভাগেই প্ৰব্ৰজনকাৰী শ্ৰমিক, ক’ভিড-১৯ তলাবন্ধৰ সময়ত তেওঁলোকৰ দুৰ্দশাৰ কথা এখন নতুন তথ্যচিত্ৰৰ জৰিয়তে দাঙি ধৰা হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Yashashwini & Ekta

যশস্বিনী ২০১৭ৰ এগৰাকী পাৰি ফেল’ আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ আমষ্টাৰ্ডাৰৰ ৰাইক’চকাডেমি বিলডেনে কাঞ্চটেনৰ আবাসিক শিল্পীৰ টাৰ্ম সম্পূৰ্ণ কৰিছে। একতা এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু বেংগালুৰুৰ মাৰা (Maraa) নামে এখন মিডিয়া আৰু শিল্প সংগ্ৰহকেন্দ্ৰৰ সহ-প্ৰতিস্থাপক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।