লৌহ-আত্মাৰ-প্ৰব্ৰজনকাৰীসকল

Aurangabad, Maharashtra

Nov 26, 2020

লৌহ আত্মাৰ প্ৰব্ৰজনকাৰীসকল

মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ ওচৰত যোৱা ৮ মে’ত প্ৰব্ৰনজকাৰী শ্ৰমিকৰ গাৰ ওপৰেৰে এখন চলন্ত ৰেলগাড়ী পাৰ হৈ যোৱাৰ চৰম দুৰ্ভাগ্যজনক ঘটনাই আমাৰ মনত অহৰহ খুন্দিয়াই আছে। এই আৱেগবিহ্বল কৰা কবিতা আৰু শক্তিশালী চিত্ৰই বিভীষিকাময় দুৰ্ঘটনাটোৰ কথা আমাক সোঁৱৰাই দিয়ে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Gokul G.K.

গকুল জি. কে. কেৰালাৰ তিৰুৱনন্তপুৰমৰ এগৰাকী মুক্ত সাংবাদিক।

Translator

Pankaj Das

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]