মোৰ-পৰিয়ালটোৱে-কি-কৰিব

Palghar, Maharashtra

Nov 22, 2021

‘মোৰ পৰিয়ালটোৱে কি কৰিব?’

বৰান্দা গাঁৱৰ আদিবাসী চুবুৰীটোৰ ৱনিতা ভ’ইৰ আৰু তেওঁৰ পৰিয়ালটোৱে কামৰ কাৰণে মহাৰাষ্ট্ৰৰ ইটাৰ ভাতীলৈ গৈছিল ঠিকেই, কিন্তু লকডাউনৰ কাৰণে কাম, টকা-পইচা আৰু খাদ্য-পাতি একোৱেই নাইকিয়া হৈ পৰিল, জীৱনৰ আশাও ক্ষীণ হৈ আহিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Mamta Pared

মমতা পাৰেড (১৯৯৮-২০২২) এগৰাকী সাংবাদিক আৰু ২০১৮ৰ পাৰি ফেল’ আছিল। তেওঁ আবাচাহেব গাৰৱাড়ে কলেজ, পুণেৰ পৰা যোগাযোগ আৰু সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ আদিবাসী জীৱন, বিশেষকৈ তেওঁৰ ৱাৰ্লি সম্প্ৰদায়ৰ ওপৰত ৰিপ’ৰ্টিং কৰিছিল।

Translator

Srishti Shreyam

সৃষ্টি শ্ৰেয়ম মুম্বাইস্থিত এগৰাকী ইণ্টাৰডিচিপ্লিনেৰি শিল্পী। পূৰ্বতে বিভিন্ন অসমীয়া নিউজ চেনেলত কাম কৰা সৃষ্টিয়ে ভইচ অভাৰ আৰ্টিষ্ট হিচাপে আৰু অসমীয়া ভাষা বিশেষজ্ঞ হিচাপে কাম কৰি আহিছে। তেওঁ অসমীয়া ভাষাত দুখনকৈ চুটিগল্পৰ কিতাপো প্ৰকাশ কৰিছে। সৃষ্টি এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাও। তেওঁ এখন চুটিছবি লিখিছে আৰু পৰিচালনা কৰিছে।