মানুহৰ-পৰা-আমি-কোনোদিন-ভাল-ব্যৱহাৰ-নাপালো

Varanasi, Uttar Pradesh

Feb 02, 2022

'মানুহৰ পৰা আমি কোনোদিন ভাল ব্যৱহাৰ নাপালো'

উত্তৰ প্ৰদেশৰ বাৰানসী আৰু চান্দৌলি জিলাত উপান্ত শ্ৰেণীৰ প্ৰতি কৰা বৈষম্যই তেওঁলোকৰ স্বাস্থ্যসেৱাৰ সুবিধা লাভত সদায় হেঙাৰ হৈ আহিছে। তাতে আকৌ অতিমাৰীয়ে লক্ষীমা আৰু সলিমুনহঁতৰ জীৱনলৈ অন্ধকাৰ নমাই আনিলে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।