মহিলা-কৃষকসকলে-নতুন-আইন-নিবিচাৰে

Pune, Maharashtra

Jan 10, 2021

মহিলা কৃষকসকলে নতুন আইন নিবিচাৰে

ভাৰতত মহিলাসকলে কৃষিক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা পালন কৰে, কিন্তু তেওঁলোকক কেতিয়াও কৃষক হিচাপে স্বীকৃতি দিয়া নহয়—যোৱা সপ্তাহত তেওঁলোকৰ ভিতৰত একাংশ মহিলাই নতুন কৃষি আইনসমূহ বাতিল কৰাৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই পুণেত সমবেত হৈছিল।

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Vidya Kulkarni

বিদ্যা কুলকাৰ্নী এগৰাকী স্বাধীন লেখিকা আৰু পুণেস্থিত ফটোগ্ৰাফাৰ। তেওঁ নাৰীৰ অধিকাৰ বিষয়ত লিখা-মেলা কৰে।

Translator

Bhabesh Medhi

ভৱেশ মেধি এগৰাকী গুৱাহাটীস্থ সাংবাদিক। স্বাস্থ্য সম্পৰ্কীয় ৰিপ’ৰ্টিঙৰ বাবে তেখেতে দুবাৰকৈ ৰিচ্ মিডিয়া ফেলশ্বিপ লাভ কৰাৰ লগতে শিশু সম্পৰ্কীয় ৰিপ’ৰ্টিঙৰ বাবে দুবাৰকৈ ইউনিচেফফৰ ফেলশ্বিপ লাভ কৰিছে । যোগাযোগৰ ইমেইল আইডি bhabesh.medhi@gmail.com