মঙল-আৰু-মীৰাবাইঃ-কৃষকৰ-সংগ্ৰামত-দুই-ভনী

Nashik, Maharashtra

Mar 11, 2021

মঙল আৰু মীৰাবাইঃ কৃষকৰ সংগ্ৰামত দুই ভনী

বহুবছৰ পূৰ্বে কৃষক আন্দোলনত নাচিক জিলাৰ আশা মঙল ঘাড়গে আৰু মীৰাবাই লাঙ্গেৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল আৰু এই সপ্তাহৰ নাচিকৰ পৰা দিল্লীলৈ গাড়ীৰ সমদলত তেওঁলোক একেলগ হৈছিল

Translator

Bhabesh Medhi

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Bhabesh Medhi

ভৱেশ মেধি এগৰাকী গুৱাহাটীস্থ সাংবাদিক। স্বাস্থ্য সম্পৰ্কীয় ৰিপ’ৰ্টিঙৰ বাবে তেখেতে দুবাৰকৈ ৰিচ্ মিডিয়া ফেলশ্বিপ লাভ কৰাৰ লগতে শিশু সম্পৰ্কীয় ৰিপ’ৰ্টিঙৰ বাবে দুবাৰকৈ ইউনিচেফফৰ ফেলশ্বিপ লাভ কৰিছে । যোগাযোগৰ ইমেইল আইডি [email protected]