বন্দীত্বই-কাল-হল-কচ্চৰ-উটৰ

Amravati, Maharashtra

Jan 28, 2023

বন্দীত্বই কাল হ’ল কচ্চৰ উটৰ

মহাৰাষ্ট্ৰ আৰক্ষীয়ে যোৱাবছৰ উটৰ জাক এটা অৰ্ধ-যাযাবৰ সম্প্ৰদায় ৰাবাৰিসকলৰ পৰা বলপূৰ্বকভাৱে পৃথক কৰি বন্দী কৰি ৰাখিছিল। এমাহ পিছত উটবোৰ মুকলি কৰি দিয়া হ’ল যদিও তাৰ পৰিণতি বিষম হ’ল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।