পুৰীৰ-সুনিপুণ-তাহিয়া-শিল্পী

Puri, Odisha

May 07, 2023

পুৰীৰ সুনিপুণ তাহিয়া শিল্পী

ওড়িশাৰ ওড়িয়া মাতা গাঁৱৰ পাকৈত শিল্পী উপেন্দ্ৰ কুমাৰ পুৰোহিতৰ মুখত শুনক তেওঁ শোলাপিঠ গছৰ নৰম স্পঞ্জসদৃশ শাহেৰে বিভিন্ন ধৰণৰ শোভা বৰ্ধনকাৰী সামগ্ৰী কেনেকৈ নিৰ্মাণ কৰে

Student Reporter

Anushka Ray

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Student Reporter

Anushka Ray

অনুস্কা ৰয় এক্স.আই.এম. ইউনিভাৰ্ছিটি, ভুৱনেশ্বৰৰ এগৰাকী স্নাতক শিক্ষাৰ্থী।

Editors

Aditi Chandrasekhar

অদিতি চন্দ্ৰশেখৰ এগৰাকী সাংবাদিক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন জ্যেষ্ঠ সমল সম্পাদক। তেওঁ পাৰি এডুকেচন টিমটোৰ এগৰাকী ঘনিষ্ঠ সদস্য আছিল আৰু পাৰিত শিক্ষাৰ্থীৰ প্ৰতিবেদন প্ৰকাশৰ বাবে কাম কৰিছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।