পুৰণি-মাদুৰাইৰ-কথকজন

Madurai, Tamil Nadu

May 21, 2022

পুৰণি মাদুৰাইৰ কথকজন

তিনিকুৰি বছৰ বয়সীয়া পন হৰিচন্দ্ৰনে অতীতৰ কথা কয়, তাহানিৰ সেই মাদুৰাই সাম্ৰাজ্য আৰু নিজৰ গাওঁ কিলাকুইলকুৰিৰ কাহিনী কয়। এনে লোককথা আৰু কাহিনী কোৱা লোক নাই বুলিবই পাৰি

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Kavitha Muralidharan

কবিতা মুৰুলিধৰণ চেন্নাইৰ এগৰাকী স্বতন্ত্ৰ সাংবাদিক আৰু অনুবাদক। তেওঁ আগেয়ে ‘ইণ্ডিয়া টুডে’(তামিল)ৰ সম্পাদক আছিল। তাৰ আগেয়ে তেওঁ ‘দ্যা হিন্দু’(তামিল)ৰ প্ৰতিবেদন শাখাৰ মুৰব্বী আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।