পাত্ৰপুতৰ-থলুৱা-বীজৰ-ৰক্ষক

Koraput, Odisha

Aug 12, 2019

পাত্ৰপুতৰ থলুৱা বীজৰ ৰক্ষক

চলিত বৰ্ষৰ আৰম্ভণি ভাগত ওড়িশা জিলাৰ কৰাপুত জিলাৰ কমলা পূজাৰীয়ে বীজ সংৰক্ষণৰ দিশত আগবঢ়োৱা বৰঙণিৰ বাবে পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰে। যিসময়ত গাঁৱৰ পথাৰৰ পৰা ভালেমান পৰম্পৰাগত ভাৱে কৰি অহা থলুৱা ধানৰ বীজ অদৃশ্য হ’বলৈ ধৰিছে, তেনে সময়ত কমলাজীৰ কাম অতিকৈ প্ৰশংসনীয়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Harinath Rao Nagulavancha

হৰিনাথ ৰাও নাগুলাভাঞ্চা নেমু টেঙাৰ খেতিয়ক আৰু টেলেংগানাৰ নালগোণ্ডা অঞ্চলৰ মুক্ত সাংবাদিক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।