পঢ়াটোৱে-মোৰ-একমাত্ৰ-সপোন

Purbi Singhbhum, Jharkhand

Apr 15, 2023

‘পঢ়াটোৱে মোৰ একমাত্ৰ সপোন’

ঝাৰখণ্ডৰ পূৰ্বী সিংহভূম জিলাৰ এখন দুৰ্গম গাঁৱত থাকি স্কুললৈ যোৱা আৰু শিক্ষা লাভ কৰিব পৰাটো সোমবাৰী বাস্কেৰ বাবে সহজ কাম নহয়। কিন্তু চাওঁতালী, সবৰ, হো, হিন্দী আৰু বাংলা ভাষা ক’ব পৰা ১৩ বছৰীয়া এই আদিবাসী ছোৱালীজনী পঢ়াক লৈ দৃঢ়প্ৰতিজ্ঞ

Author

Rahul

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Rahul

ঝাৰখণ্ডৰ এজন স্বতন্ত্ৰ সাংবাদিক ৰাহুল সিং। তেওঁ পূবৰ ৰাজ্য ঝাৰখণ্ড, বিহাৰ আৰু পশ্চিম বংগৰ পৰা পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত প্ৰতিবেদন দাখিল কৰে।

Editor

Devesh

দেৱেশ এগৰাকী কবি, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদক। তেওঁ পিপলচ্ আৰ্কাইভ অৱ ইণ্ডিয়াৰ হিন্দী ভাষাৰ অনুবাদ সম্পাদক।

Editor

Sanviti Iyer

সংবিতি আয়াৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সমন্বয়ক। তেওঁ গ্ৰামীণ ভাৰতৰ সমস্যাৰাজী শিক্ষাৰ্থীৰ সৈতে নথিভুক্ত কৰা আৰু প্ৰতিবেদন যুগুতোৱা কামো কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।