পজিটিভ-হৈ-পঁজাঘৰতে-আইচলেচনত-সম্বলহীন-পাৰ্দ্ধিসকল

Pune, Maharashtra

Jul 28, 2021

পজিটিভ হৈ পঁজাঘৰতে আইচ’লেচনত সম্বলহীন পাৰ্দ্ধিসকল

পুণেৰ এই আদিবাসী বসতিস্থলত ক’ভিড আক্ৰান্তজনে পানী আৰু বিদ্যুতৰ সুবিধা অবিহনে পঁজাঘৰতে আইচ’লেচনত থাকিবলগীয়া হৈছে। মাস্ক, ভেণ্টিলেচন, অক্সিমিটাৰ আৰু আন সামগ্ৰীৰ ইয়াত নাম-গোন্ধ নাই

Author

Jyoti

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jyoti

জ্যোতি পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰতিবেদক। ইয়াৰ আগতে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।