পখিলা-খেদা-বয়সত-দাসত্বৰ-জীৱন-কটোৱা-পাৰু-আৰু-নাই

Nashik, Maharashtra

Dec 25, 2022

পখিলা খেদা বয়সত দাসত্বৰ জীৱন কটোৱা পাৰু আৰু নাই

পাৰুৰ মাক-দেউতাকে পৰিয়ালটোক খুওৱাত অসমৰ্থ হোৱাত তাইক কামলৈ পঠিওৱা হৈছিল৷ তাইৰ মৃত্যুৰ ঘটনাই মহাৰাষ্ট্ৰৰ কাটকাৰী সম্প্ৰদায়ৰ আন ৪২টা শিশুক উদ্ধাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, য’ত সেই শিশুসকলক কঠোৰ শ্ৰম কৰিবলৈ বাধ্য কৰা হৈছিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Mamta Pared

মমতা পাৰেড (১৯৯৮-২০২২) এগৰাকী সাংবাদিক আৰু ২০১৮ৰ পাৰি ফেল’ আছিল। তেওঁ আবাচাহেব গাৰৱাড়ে কলেজ, পুণেৰ পৰা যোগাযোগ আৰু সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ আদিবাসী জীৱন, বিশেষকৈ তেওঁৰ ৱাৰ্লি সম্প্ৰদায়ৰ ওপৰত ৰিপ’ৰ্টিং কৰিছিল।

Editor

S. Senthalir

এছ. চেন্থালিৰ এগৰাকী প্ৰতিবেদক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ ২০২০ৰ পাৰি ফেলো আছিল।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷