নৈখনৰ-পৰা-আমি-যেতিয়া-আঁতৰি-আহো

Narmada, Gujarat

Jul 08, 2022

নৈখনৰ পৰা আমি যেতিয়া আঁতৰি আহো…

দেহৱালি ভিলি ভাষাত লিখা পাঁচটা কবিতাৰ শৃংখলৰ এয়া তৃতীয়টো কবিতা, নৰ্মদা জিলাৰ এই আদিবাসী কবিজনে প্ৰকৃতি আৰু মানুহৰ মাজত টুটি অহা সম্পৰ্কৰ কথা কৈছে আৰু মূলধাৰাৰ পৰা দূৰৰ অন্য এক ধৰণৰ মূল্যবোধেৰে উদ্ভাসিত এখন জগতলৈ আমাক লৈ গৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Poem and Text

Jitendra Vasava

জীতেন্দ্ৰ বাচাৱা গুজৰাটৰ নৰ্মদা জিলাৰ মহুপাৰা গাঁৱৰ এগৰাকী কবি, তেওঁ দেহৱালি ভিল ভাষাত লিখে। তেওঁ আদিবাসী সাহিত্য একাডেমি (২০১৪)ৰ প্ৰতিস্থাপন সম্পাদক আৰু জনজাতীয় কণ্ঠৰ নামত উৎসৰ্গিত লখাৰা নামে কবিতাৰ আলোচনীখনৰ সম্পাদক। তেওঁ আদিবাসী মৌখিক সাহিত্যৰ চাৰিখনকৈ গ্ৰন্থ প্ৰকাশ কৰিছে। নৰ্মদা জিলাৰ ভিল সম্প্ৰদায়ৰ মৌখিক লোককথাৰ সাংস্কৃতিক আৰু ৰপকথাগত দিশৰ ওপৰত গৱেষণা কৰি আছে। পাৰিত প্ৰকাশিত তেওঁৰ কবিতাকেইটা তেওঁৰ আহিব ধৰা প্ৰথমখন কবিতাৰ সংকলনৰ পৰা তুলি অনা হৈছে।

Illustration

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।