নৈখনৰ-আকৌ-খং-উঠে-যদি

Palghar, Maharashtra

Nov 26, 2019

নৈখনৰ আকৌ খং উঠে যদি?

৪ আগস্তৰ দিনা বৈতৰ্ণা নৈৰ পানীয়ে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ কাটকাৰি জনগোষ্ঠী অধ্যূষিত গাওঁখন উটুৱাই নিলে। এতিয়া শেষ হৈ আহিব ধৰা ৰেচন, চৰকাৰৰ পৰা পোৱা বৈষম্যমুলক সাহায্য আৰু আকৌ এবাৰ বান অহাৰ ভয়ে গঞাৰ টোপনি হৰিছে

Author

Jyoti

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jyoti

জ্যোতি পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰতিবেদক। ইয়াৰ আগতে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।