নিমাতে-মৰিছে-গ্ৰামীণ-সাংবাদিক

Osmanabad, Maharashtra

May 23, 2021

নিমাতে মৰিছে গ্ৰামীণ সাংবাদিক

মহাৰাষ্ট্ৰত ক’ভিড যুদ্ধত ফ্ৰণ্টলাইন কৰ্মীৰ মৰ্য্যাদা পোৱাৰ বাবে দাবী জনাই অহা সংবাদকৰ্মীসকলৰ বহুতেই ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে। টীকা আৰু ভাল স্বাস্থ্যসেৱাৰ সুচল সুবিধাৰ অভাৱৰ মাজতে গ্ৰামাঞ্চলত কাম কৰি অহা সংবাদকৰ্মীসকল গভীৰ জীৱন সংকটত পৰিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।