নহকুল-পাণ্ডৰ-চৰকাৰী-ঋণৰ-চিলিং

Surguja, Chhattisgarh

Nov 03, 2021

নহকুল পাণ্ড’ৰ চৰকাৰী ঋণৰ চিলিং

নব্বৈৰ দশকত দৰিদ্ৰতা দূৰীকৰণৰ বাবে বিভিন্ন ধৰণৰ আঁচনি উলিওৱা হ’ল, জধে-মধে ৰূপায়ণো কৰা হ’ল। নিজৰ ঘৰৰ চালিখনো হেৰুওৱা চত্তীশগড়ৰ সুৰগুজা জিলাৰ নহকুল পাণ্ড’ৰে কিখন নগুৰ-নাগতি হৈছে চাওকচোন

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।