দোলাৰামৰ-ঘৰলৈ-দীঘলীয়া-তলাবন্ধ-বাট

Udaipur, Rajasthan

May 19, 2020

দোলাৰামৰ ঘৰলৈ দীঘলীয়া তলাবন্ধ বাট

তলাবন্ধৰ সময়ত চিকিৎসকে মনযোগ দিব নোৱাৰাৰ বাবেই নিৰ্মাণ শ্ৰমিক দোলাৰাম ৰাজস্থানৰ গাঁৱত থকা ঘৰত উপস্থিত হোৱাৰ পিছত নিজৰ পুত্ৰক হেৰুৱালে। এতিয়া আন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ দৰে তেওঁ ঋণ আৰু অনিশ্চয়তাৰ মাজৰ অথাই সাগৰত পৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Drishti Agarwal and Preema Dhurve

দৃষ্টি আগৰৱাল আৰু প্ৰীমা ধুৰ্বে আজীৱিকা ব্যুৰ’ নামে গ্ৰামীণ, ঋতুগত প্ৰব্ৰজিত শ্ৰমিকৰ প্ৰতি সেৱা, সমৰ্থন আৰু সুৰক্ষা আগবঢ়োৱা বিশেষ মুনাফাবিহীন সংগঠনটোত কৰ্মৰত।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।