দেহে-কেহে-লাগি-কৰা-তেজৰঙা-খেতি

Ramanathapuram, Tamil Nadu

Jul 10, 2022

দেহে-কেহে লাগি কৰা তেজৰঙা খেতি

তামিলনাডুৰ এইগৰাকী খেতিয়ক জে. আৰাইকালাচেলভিয়ে আমাক ৰাজ্যখনৰ আটাইতকৈ বেছি জলকীয়া উৎপাদন কৰা জিলা ৰামনাথপুৰমত তেওঁ নিজে কৰা এই লোভনীয় খেতিবিধৰ জৰিয়তে তেজক পানী কৰা শ্ৰম, দামৰ ভৰসা নাইকিয়া বজাৰ, পানীৰ নাটনি আৰু জলবায়ু পৰিৱৰ্তনৰ ছবি দাঙি ধৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Aparna Karthikeyan

অপৰ্ণা কাৰ্তিকায়েন এগৰাকী সাংবাদিক, লিখক তথা পাৰিৰ জ্যেষ্ঠ ফেল’। তেওঁৰ ‘নাইন ৰুপীজ এন আৱাৰ’ কিতাপখনে তামিলনাডুৰ হেৰাই যাব ধৰা জীৱিকাৰ ছবি দাঙি ধৰিছে। তেওঁ পাঁচখনকৈ শিশুগ্ৰন্থ লিখি উলিয়াইছে। অপৰ্ণা তেওঁৰ পৰিয়াল আৰু কুকুৰবোৰৰ সৈতে চেন্নাইত থাকে।

Photographs

M. Palani Kumar

এম. পালানি কুমাৰ পিপলচ্ আৰ্কাই অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰ। তেওঁ শ্ৰমিক শ্ৰেণীৰ মহিলা তথা উপান্ত শ্ৰেণীৰ লোকৰ জীৱনবোৰ আলোকচিত্ৰ আৰু প্ৰতিবেদনৰ যোগেদি তুলি ধৰাত আগ্ৰহী। পালানিয়ে ২০২১ত এমপ্লিফাই অনুদান আৰু ২০২০ত সমস্যক দৃষ্টি আৰু ফটো চাউথ এছিয়া অনুদান অনুদান লাভ কৰিছিল। ২০২২ত তেওঁ প্ৰথমটো দয়ানিধি সিং-পাৰি তথ্যচিত্ৰ আলোকচিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ তামিলনাডুত হাতেকৰা চাফাই কৰ্মীৰ ওপৰত চলচ্চিত্ৰকাৰ দিব্যা ভাৰথীৰ দ্বাৰা নিৰ্মিত ‘কাকূচ’ নামৰ তথ্যচিত্ৰখনৰ চিনেমেটোগ্ৰাফি কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।