দীঘে-বাণীয়ে-বসন্তৰ-জীৱন

Kolhapur, Maharashtra

Sep 30, 2022

দীঘে-বাণীয়ে বসন্তৰ জীৱন

মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ ৰেণ্ডাল গাঁৱত এতিয়া চাৰিজনেই শিপিনী আছে, তাৰে মাজৰ ৮২ বছৰ বয়সীয়া বসন্ত তাম্বড়েও এগৰাকী, যিসকলে চাহিদাৰ অভাৱ দেখি যন্ত্ৰচালিত তাঁতশাললৈ বাট এৰি দিলে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanket Jain

সংকেত জৈন মহাৰাষ্ট্ৰৰ ক’লহাপুৰৰ এগৰাকী সাংবাদিক। তেওঁ ২০২২ৰ এগৰাকী জ্যেষ্ঠ ফেল’ আৰু ২০১৯ৰ পাৰি ফেল’।

Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।