দিনটোৰ-খাটনি-আৰু-চাৰিঘণ্টাৰ-টোপনি

Gondia, Maharashtra

Jul 12, 2022

দিনটোৰ খাটনি আৰু চাৰিঘণ্টাৰ টোপনি

পূব মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ শ শ মহিলাই সৰু চহৰবোৰৰ পৰা দিনটোৰ উপাৰ্জনৰ সন্ধানত ওলাই আহে, গাঁৱৰ পৰা চহৰলৈ এই যি দৈনিক প্ৰব্ৰজন, তাৰ ওপৰত গৱেষণাধৰ্মী চিন্তা-চৰ্চা খুবেই কম

Translator

Pranami Bora

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pranami Bora

ডঃ প্ৰণামী বৰা পেছাত এগৰাকী শিক্ষক। তেওঁ আগতে উপ-সম্পাদক হিচাপে অসমীয়া বাতৰি কাকত কাম কৰিছে।