থিয়-বাটত-ডালিয়ে-গাধৰে-পানী-কঢ়িয়ায়

Udaipur, Rajasthan

Jan 14, 2020

থিয় বাটত ডালিয়ে গাধৰে পানী কঢ়িয়ায়

ৰাজস্থানৰ জলসংকটে গ্ৰাস কৰা উদয়পুৰ জিলাৰ আদিবাসী শ্ৰমিক মহিলা ডালি বাড়াই প্ৰতিদিনে তেওঁৰ গাধটোৰ পিঠিত পানী বোজাই কৰি পাহাৰৰ থিয় বাট বাই ঘৰখনৰ বাবে পানী নিয়ে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sramana Sabnam

শ্ৰমণা শৱনম জামিয়া মিলিয়া ইছলামিয়াৰ লিংগ অধ্যয়ন বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰী। পশ্চিমবংগৰ বৰ্দ্ধমান নগৰৰ শ্ৰমণাই কাহিনীৰ সন্ধানত ভ্ৰমণ কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।