তুলুনাৰুৰ-ভূতে-ধৰি-ৰাখিছে-পাৰম্পৰিক-সমন্বয়ৰ-সাক্ষ্য

Udupi, Karnataka

Apr 26, 2023

তুলুনাৰুৰ ভূতে ধৰি ৰাখিছে পাৰম্পৰিক সমন্বয়ৰ সাক্ষ্য

আৰৱ সাগৰৰ উপকূলৰ কৰ্ণাটকৰ এই অঞ্চলত বিভিন্ন সম্প্ৰদায়ৰ লোকে মিলিজুলি ভূত পূজাৰ পাতে। এই জাতীয় উৎসৱত বাদ্যযন্ত্ৰীৰ দল লৈ ছৈয়দ নাছিৰে গীত পৰিৱেশন কৰিছে, সেই পাৰম্পৰিক ঐতিহ্যক কেন্দ্ৰ কৰি এই ছবিখন নিৰ্মাণ কৰা হৈছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Faisal Ahmed

ফেইজন আহমেদ কৰ্ণাটকৰ উপকূলীয় অঞ্চলৰ মালপেৰ এগৰাকী তথ্যচিত্ৰ নিৰ্মাতা। তেওঁ ইয়াৰ পূৰ্বে তুলুনাৰুৰ সাংস্কৃতিক ঐতিহ্য লিপিবদ্ধকৰণৰ তথ্যচিত্ৰত পৰিচালক হিচাপে মণিপাল একাডেমি অৱ হায়াৰ এডুকেছনৰ সৈতে কাম কৰিছে।

Text Editor

Siddhita Sonavane

সিদ্ধিতা সোণাৱানে পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক। তেওঁ মুম্বাইৰ এছ.এন.ডি.টি. ৱিমেনচ্ ইউনিভাৰ্চিটিৰ পৰা ২০২২ত স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু সেইখন বিশ্ববিদ্যালয়ৰে ভিজিটিং ফেকাল্টি।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।