তলাবন্ধৰ-কবলত-তেলাংগনাৰ-পাচি-নিৰ্মাতা

Nalgonda, Telangana

May 09, 2021

তলাবন্ধৰ কবলত তেলাংগনাৰ পাচি নিৰ্মাতা

তেলাংগনাৰ কাঙাল গাঁৱৰ পাচিৰ ব্যৱসায় ক’ভিড-১৯ তলাবন্ধৰ ফলত বন্ধ হৈ পৰিছে। য়েৰৰুকুলা অনুসূচিত জনজাতি সম্প্ৰদায়ৰ পাচি নিৰ্মাতাসকল এতিয়া কৃষিকাৰ্য, সুলভ মূল্যৰ দোকানৰ চাউল আৰু চৰকাৰী সাহায্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Harinath Rao Nagulavancha

হৰিনাথ ৰাও নাগুলাভাঞ্চা নেমু টেঙাৰ খেতিয়ক আৰু টেলেংগানাৰ নালগোণ্ডা অঞ্চলৰ মুক্ত সাংবাদিক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।