তলাবন্ধত-ক্ষৌৰকাৰঃ-মৃত্যুমুখী-চুলি-কটা-জীৱিকা

Latur, Maharashtra

Jun 02, 2020

তলাবন্ধত ক্ষৌৰকাৰঃ মৃত্যুমুখী চুলি কটা জীৱিকা

মাৰাঠাৱাড়াৰ লাটুৰ জিলাত তলাবন্ধৰ ফলত অতিকৈ ক্ষতিগ্ৰস্ত হৈছে ক্ষৌৰকাৰসকল। তেওঁলোক সম্পূৰ্ণৰূপে দৈনিক উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল, গ্ৰাহকৰ পৰা শাৰীৰিক দূৰত্বৰ ধাৰণা তেওঁলোকে ভাবিব নোৱাৰে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ira Deulgaonkar

ইৰা দেউলগাওঁকাৰ ২০২০ৰ এগৰাকী পাৰি নবিচ, তেওঁ পুণেস্থিত চিমবায়’চিচ স্কুল অৱ ইকনমিক্সত অৰ্থনীতি বিষয়ত স্নাতক পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।