তলাবন্ধত-উপায়ন্তৰ-হৈ-পৰা-কচ্চৰ-উটপালক

Kachchh, Gujarat

May 29, 2020

তলাবন্ধত উপায়ন্তৰ হৈ পৰা কচ্চৰ উটপালক

ক’ভিড-১৯ তলাবন্ধ বলবৎ হোৱাৰ সময়ত ঘৰৰ পৰা বহুদূৰত বৃহৎ এপাল পোহনীয়া জন্তুৰ সৈতে থকা আপুনি যদি এজন পশুপালক, তেতিয়া কি হ’ব? গুজৰাটৰ কচ্চ জিলাৰ ফকিৰাণীৰ জাঠসকলে তেওঁলোকৰ কাহিনী কৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ritayan Mukherjee

ঋতায়ন মুখাৰ্জী কলকাতাৰ এগৰাকী আলোকচিত্ৰ শিল্পী আৰু পাৰিৰ জ্যেষ্ঠ ফেলো৷ তেওঁ ভাৰতৰ পশুপালক তথা যাযাবৰী সম্প্ৰদায়ৰ জীৱন কাহিনী নথিভুক্ত কৰা দীৰ্ঘম্যাদী প্ৰকল্পৰ ওপৰত কাম কৰি আছে৷

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।